0 00 1 min 2 yrs 124

নিমাতীঘাটত সংঘটিত হ’ল ফেৰী দুৰ্ঘটনা

ব্রহ্মপুত্রৰ বুকুত ডুবিল ‘মা কমলা’ নামৰ ফেৰীখন।

দুখন ফেৰীৰ মাজৰ সংঘৰ্ষৰ ফলত সংঘটিত হ’ল এই অবাঞ্চিত দুৰ্ঘটনাটো ।

যোৰহাটৰ নিমাতীঘাটত ঘটিল এই ঘটনা

ফেৰী দুখনত শতাধিক যাত্রী থকাৰ সম্ভাৱনা ।
নিমাতীঘাটৰ পৰা মাজুলী অভিমুখী আছিল ফেৰী দুখন ।
ডুব যোৱা ফেৰি খনত কিমান যাত্ৰী আছিল এটিয়ালৈকে জানিব পৰা হোৱা নাই।
কিছু সংখ্যক যাত্ৰীক উদ্ধাৰ কৰা হয় যদিও আৰু কিমান নিৰুদ্ধেশ হৈ আছে জানিব পৰা হোৱা নাই।
দূৰ্ঘটনাত পতিত হোৱা ফেৰী উদ্ধাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *