তোমাৰ স’তে

0 00 1 min 10 yrs 220

মোৰ চৌপাশে বিয়পি পৰিছিল তোমাৰ শৰীৰৰ সৌৰভ, নাকত বাৰে-বাৰে খুন্দিয়াইছিল যেন মই সৰগত কোনোবা অপেশ্বৰীৰ স’তে.., তোমাৰ মৰমলগা চুলিবোৰ বৰকৈ তিতিছিল, গালেৰে নিগৰি আহিছিল জিলিকি থকা পানীৰ টোপাল । সেইবোৰে তোমাৰ গাভৰু দেহত উপৰ্যুপৰি চুম্বণ কৰিছিল, লাজ-লাজ চাৱনিৰে মই নজনাকৈ চাইছিলা তুমি । তোমাৰ কোমল […]

কবিতা