হত্যা আৰু আত্মহত্যা (পৰেশ আকাশৰ তিনি মিনিটৰ গল্প)

0 00 1 min 10 yrs 218

মই সাৰ পাই গ’লো । বাহিৰলৈ আহি দেখোঁ ফৰিংফুটা জোনাক । মনটো ভাল লাগি গ’ল । আগতে কোনোদিন এনে অনুভৱ হোৱা নাছিল । কিয়নো জীৱনত প্ৰথমবাৰৰ বাবে আজিহে নিশা তিনিবজাত বিছনাৰপৰা উঠিছোঁ । কি মন গ’ল নাযানো গেটখন খুলি বাহিৰলৈ বুলি আগুৱাই গ’লোঁ । সেমেকা […]

Uncategorized