তুমি মৰিচীকা

0 00 1 min 6 yrs 213

তোমাৰ হৃদয়ৰ সেউজীয়া ঘাহনিডৰাত ; মোৰ হৃদয়ত ফুলাৰ দৰে ফুলিছেনে কেতিয়াবা সূৰুয্যমুখী ফুল । সুবাসে আমোলমোলায় মোৰ হৃদয়ৰ চৌদিশ ; সূৰুয্যমুখী ফুলিলে, তুমি বাৰু সুবাসৰ উমান পোৱানে , মোৰ কাষেৰে গ’লে । জীৱনৰ বাটত আগুৱাই যাওঁ; ভাবি যাওঁ মাঁথো তোমাৰ কথাই, এনে লাগে যেন মই, […]

কবিতা