শিল্পীশিখাৰ কবিতা : শিল্পী তুমি মহান
সেই শিল্পী তোমাক নমস্কাৰশত সূৰুযৰ ৰঙীন আভাৰে তুমি হোৱা জাতিস্কাৰ তোমাৰ সৃষ্টি মানৱ হৃদয়ৰ অন্তৰ পৰশা অতল গহৰৰ পঞ্জীভূত বেদনাক লৈ ।সত্য শিৱ সুন্দৰ তোমাৰ সাধনা চিৰ সেউজ , চিৰ অম্লান তুমি হোৱা জ্যোতিষ্মান ।জ্যোতিৰ আভা ৰাভাত লাগি কলাসাধনাৰ ব্ৰতত ব্ৰতী তুমি শিল্পী চিৰ সুন্দৰৰ […]
কবিতা