বোকাখাতত ড্ৰাগছ সৰবহকাৰী আৰু সেৱনকাৰী আটক

0 00 1 min 2 yrs 9

২৯।০৫।২০১৯বোকাখাতত বোকাখাত আৰক্ষীয়ে আজি বোকাখাত মহকুমা,আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বোকাখাতৰ বিভিন্ন স্থানত আৰক্ষী আৰু যানবাহন আৰক্ষীয়ে বোকাখাত ছাত্ৰসন্থাৰ সহযোগত অভিযান চলাই ড্ৰাগছ সেৱন কৰা আৰু ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকা ৫ জন যুৱকক আটক কৰে আৰু ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় ৷ অভিযানত আটক […]

অসমীয়া সংবাদ