মন্ত্ৰীৰ চাডেনভিজিটৰ পাছতেই অস্ত্ৰোপচাৰ বন্ধ হল এখন চৰকাৰী হস্পিতালৰ ৷ হস্পিতালখন হ’ল বোকাখাতৰ ছহিদ কমলা মিৰি মহকুমা হস্পিতাল ৷

0 00 5 yrs 173

     যোৱা ১৩ জুনত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই বোকাখাতৰ মহকুমা হস্পিতালত চাডেন ভিজিট দি ৩ জন চিকিৎসকক কৰ্তব্যত অনুপস্থিত থকাৰ বাবে এজনক নিলম্বন আৰু ২ জনক শাস্তিমুলক বদলিৰ নিৰ্দেশ দিয়ে ৷ সেই দিনৰ পৰাই সম্পূৰ্ণ বন্ধ হৈ আছে অস্ত্ৰোপচাৰ কক্ষ ৷ বন্ধ হৈ […]

অসমীয়া সংবাদ সংবাদ