বোকাখাতত কাজিৰঙা নিউজ নেটৱৰ্কৰ উদ্যোগত ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচন ।

0 00 1 min 4 yrs 198

বোকাখাত, ২৯ ছেপ্তেম্বৰঃবোকাখাত সত্যনাৰায়ণ সেৱা সদনত কাজিৰঙা নিউজ নেটৱৰ্কৰ উদ্যোগত বোকাখাতৰ বিশিষ্ট সমাজকৰ্মী ৰাজেন্দ্ৰ নিমোদিয়াৰ অভিনন্দন গ্ৰন্থ ‘কৰ্মপ্ৰাণ’ৰ উন্মোচনী আৰু ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। শ্ৰী শ্ৰী সত্যনাৰায়ন সেৱা সদনত অনুষ্ঠিত এক গাম্ভীৰ্য্য পূৰ্ণ অনুষ্ঠানত ৰাজেন্দ্ৰ প্ৰসাদ নিমোদিয়া ওৰফে ৰাজু দা ৰ অভিনন্দন গ্ৰন্থ “কৰ্মপ্ৰাণ […]

অসমীয়া সংবাদ সংবাদ শিৰোনাম