অনুপ অসমীয়াৰ “বিষাদ”

0 00 1 min 5 yrs 224

সাগৰৰ দৰে .. তেনেকৈয়ে ভাঁ‌হেসাগৰৰ বুকুতকল্পনা আৰু সাগৰৰ কবিতাতেনেকৈয়েএখিলা পাতল কাগজ উৰি ওপঙিওপঙি ডুবেএটি দুখৰ চিত্ৰৰেগোপনে কান্দি .. ,উহঃ কি কষ্টত আকাশে লিখেকাগজত বিষাদৰ কবিতানাঁ‌ওবোৰ ভটিয়াই যোৱাৰ সাগৰীয়ৰোদন , তথাপি ফুলে ৰ’দসূৰ্যৰ মৰিচিকাত ভকতি সেৱা .. অনুপ অসমীয়া

কবিতা