সম্পাদকীয়…সমাগত অসম সাহিত্য সভাৰ নিৰ্বাচনঃ

0 00 1 min 4 yrs 194

           শতবৰ্ষ গৰকা উত্তৰ-পূৱ ভাৰতৰ বৃহত্তম ভাষা-সাহিত্যৰ  ৰাজহুৱা অনুষ্ঠান অসম সাহিত্য সভাৰ পৰৱৰ্তী ২০১০-২০১২ কাৰ্যকালৰ বাবে আগবাঢ়িছে ৷ সংবিধান অনুসৰি ইতিমধ্যে সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে বহুকেইগৰাকী সাহিত্যিকে মনোনয়ন দিছে ৷      অসম সাহিত্য সভাৰ নিৰ্বাচনী সমিতিৰ মুখপাত্ৰ […]

সম্পাদকীয়