টিউলিপৰ কবিতা “অনুভৱৰ টোপোলা”

0 00 1 min 5 yrs 209

 ১ নোৱাৰিলো তোমাৰ জীৱনৰ  খৰিকাজাই জোপাহৈ ফুলিব কিন্তু মন মোৰ আছিলে! ৰাতিপুৱাৰ হেঙুলি বেলিৰ  ৰক্তিম আভা হৈ তোমাৰ জীৱনত  ৰঙা আবিৰ সনাৰো মন আছিলে!  কিন্তু কি কৰিবা ..সময়ৰ  গতিশীলতাত যেন থমকি ৰ’লো  মই এটোপাল নিয়ৰ হৈ…                   […]

কবিতা