উদয় আদিত্য “সন্দেহ জীৱনৰ বাবে এক বিষাদৰ চুনামি””

0 00 1 min 4 yrs 215

মোৰ প্ৰতি থকা তোমাৰ  সন্দেহৰ ভাৱনাবোৰ হ’ল এক ভূমিকম্প যিয়ে মোৰ হৃদয়  নামৰ সাগৰৰ কল্পনাত  সৃষ্টি কৰে বিষাদৰ চুনামি পলকতে তোমাক লৈ ৰচা সপোনৰ ঘৰখন, বহুদিনীয়া মৰমবোৰ ভাঙি চিঙি চুৰমাৰ কৰে আমাৰ মাজত থকা বিশ্বাসৰ এনাজৰী।।

কবিতা