মমী কলিতাৰ “চেঁচা কলিজা”

0 00 1 min 4 yrs 213

শীতৰ শীতল বতাহজাকে হিয়া-মন পৰশিলে মোৰ এবুকু হেঁপাহ জাগিল তোমাক পাবলৈ দুচকু মুদিয়ে সাবটি ললো তুমি বুলি শীতল বতাহজাককে আৰু পৰশ পাঁলো যৌৱন দেহত চেঁচা শিহৰনৰ যাচিবলৈ মন গ’লও তোমাক  শীতল কলিজাৰ মিঠা মৰম যাৰ উতলোৱা আবেগত উতি ভাহি ফুৰিবা তুমি দুচকুত ভাহি উঠিব  এসাগৰ […]

Uncategorized