১০০০ গৰাকী নতুন লেখক-লেখিকালৈ ৫০,০০০ টকাকৈ আৰ্থিক সাহায্য ।

0 00 1 min 4 yrs 229

অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষাসমূহৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে আমি সম্পূৰ্ণৰূপে দায়বদ্ধ। এই লক্ষ্যৰে গুৱাহাটীত অসম সাহিত্য সভাকে ধৰি ২২টা বিভিন্ন খিলঞ্জীয়া তথা জনজাতীয় সাহিত্য সভাৰ প্ৰতিনিধিবৰ্গৰ সৈতে  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বৈঠক । অসম চৰকাৰৰ “ভাষা গৌৰৱ আঁচনি”ৰ অধীনত বিভিন্ন জাতি-জনগোষ্ঠীৰ সৰ্বমুঠ ১,০০০ গৰাকী নতুন […]

সংবাদ