চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ৰসায়ন বিভাগে প্ৰস্তুত কৰিছে উন্নত মানদণ্ডৰ sanitizer
কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ বাবে হাত পৰিস্কাৰ কৰি ৰখাৰ sanitizer নাটনি সময়ত বোকাখাতৰ একমাত্ৰ বিজ্ঞান মহাবিদ্যালয় চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ৰসায়ন বিভাগে প্ৰস্তুত কৰিছে উন্নত মানদণ্ডৰ sanitizer। বোকাখাত মহকুমা প্ৰশাসনৰ অনুৰোধত মহাবিদ্যালয় খনৰ শিক্ষক আৰু ছাত্ৰ সকলে মঙ্গলবাৰে ১০০ এম.এল ৰ. ১০০ টা sanitizar বটল প্ৰস্তুত কৰি […]
সংবাদ