সময়

0 00 1 min 4 yrs 229

কুঁও কুঁও কুঁও  ব’হাগ আহিবই হ’ল দেখোন আজি কুলিয়ে মাতে কুঁহিপাতৰ আৰে-আৰে । সৌ সিদিনা ব’হাগ  বিহুৰ কথা মনতেই  আছে চোন , আকৌ আহি পদূলি পালেহি সময় বোৰে হঠাতেই মোক সজালেহি। সঁচাকৈ সময় বোৱঁতী নৈ কাৰোলৈ নাথাকে ৰৈ। ৰাজদ্বীপ শইকীয়া

কবিতা