আস কি নীৰৱতা
দিনবোৰ সাৱটি বহি ৰ’লোঁ অট্টালিকাটোৰ একোণত৷ আকাশত এজাক উৰন্ত চিলনী সৰি পৰিল এখনি পাখি উচপ খাই উঠিলোঁ আস্ কি নীৰৱতা! মৰাশবোৰ লৈ যোৱা হ’ল ঘৰবোৰ উকা হ’ল বাটবোৰত পৰি ৰ’ল ঘনঘোৰ শোকৰ ছাঁ আস্ কি নীৰৱতা! মই কৈছিলোঁ তোমাৰ সৈতে সাগৰ চাবলৈ যাম তুমি মোক […]
কবিতা