প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াৰ দেহাৱসান ।

0 00 4 yrs 178

অৱশেষত চিৰদিনৰ বাবে চকু মুদিলে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াই ।  ভাৰতৰ ত্ৰয়োদশ জন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জী কিছুদিনৰ আগৰপৰাই চিকিৎসাধীন হৈ আছিল । প্ৰয়াত প্ৰণব মুখাৰ্জীয়ে ২০১২ চনৰপৰা ২০১৭ চনলৈকে ৰাষ্ট্ৰপতিৰ আসন শুৱনি কৰিছিল । কংগ্ৰেছৰ শক্তিশালী নেতা প্ৰণব মুখাৰ্জী ডাঙৰীয়াৰ জন্ম ১৯৩৫ চনৰ ১১ […]

Uncategorized