কুমাৰীকাটাত একেনিশাই দুটা পৰিয়ালত ডকাইতি ৷

0 00 3 yrs 229

গাঁৱখনৰ বনমালি দাস আৰু বাপুৰাম তালুকদাৰৰ গৃহত ডকাইতি ৷ শিক্ষক বনমালি দাসৰ গ্ৰীলৰ তলা ভাঙি গৃহত প্ৰৱেশ কৰি লৈ যায় সোণৰ অলংকাৰ,নগদ ধন, মোৱাইল ফোনকেধৰি দুই লক্ষ্যাধিক টকাৰ সামগ্ৰী ৷   অন্যহাতে অৱসৰপ্ৰাপ্ত শিক্ষক বাপুৰাম তালুকদাৰৰ গৃহৰো দুখনকৈ দৰ্জা চোকা অস্ত্ৰৰে খুলি ভিতৰত প্ৰৱেশ কৰি লৈ […]

অসম সংবাদ