দুবছৰীয়া সন্তানসহ দৌলাশালৰ মহিলা নিৰুদ্দেশক লৈ অঞ্চলজুৰি চাঞ্চল্য ৷

0 00 1 min 2 yrs 179

নলবাৰী জিলাৰ দৌলাশালৰ এগৰাকী মহিলা বিগত এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । যোৱা ৫ ডিচেম্বৰত বৰক্ষেত্ৰীৰ নাৰুৱাৰ আত্মীয়ৰ এঘৰলৈ তুলনী বিয়া খাবলৈ বুলি দুবছৰীয়া পুত্ৰ সন্তানক কোলাত লৈ ঘৰৰ পৰা ওলাই গৈছিল দিগন্ত নাথৰ পত্নী ৰিংকুমনি নাথ । সন্ধিয়া দিগন্ত […]

Regional