ABVPবোকাখাত শাখাৰ “SanitizingMission”

0 00 1 min 3 yrs 238

ABVP বোকাখাত শাখাৰ দ্বাৰা কুৰুৱাবাহী তিনিআলিৰ সকলো ব্যবসায় প্ৰতিষ্ঠান আৰু ৰাজহুৱা স্থানত চেনিটাইজ কৰা হয় । জিন্টু কুৰ্মি,ৰাহুল আচাৰ্য্য,নয়ন শৰ্মা,মনোৰঞ্জন ডেকা ৰ সহযোগত চেনিটাইজ কৰা হয়। ইতিমধ্যে বিগত কেইদিনত বোকাখাত ,ৰজাবাৰী আদি অত্যাধিক জনসমাগম হোৱা ঠাইসমূহতো বিদ্যাৰ্থী পৰিষদৰ প্ৰবাল প্ৰিয়াংকৰৰ উদ্যোগত চেনিটাইজ কৰা হৈছে । […]

Uncategorized