অভয়াপুৰীত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা।

0 00 1 min 2 yrs 176

অভয়াপুৰীত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। বন্ধ বাসগৃহৰ পৰা হৰলুকি হল সামগ্ৰী । কেইদিনমান পূৰ্বে অভয়াপুৰী বাটাবাৰীত নিভা বনিক্যৰ মালিকাধীন ভাড়াঘৰত থকা শৰ্মাকান্ত নাথ নামৰ লোক এজনে আত্মহত্যা কৰিছিল। সদ্যপ্ৰয়াত নাথৰ বিধৱা পত্নীক ঘৰটোৰ মালিক নিভা বনিক্যৰ পুত্ৰ মনদ্বীপ দাসে ২ লাখ টকা দাবী কৰি […]

Regional