ডবকা হাজী আনফৰ আলী কলেজৰ ছাত্ৰ একতা সভা নিৰ্বাচনত ঐক্য সেনা অসমৰ বৃহৎ জয়লাভ ।

0 00 1 min 2 yrs 161

আজি কলেজত ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হয়৷ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদক ইক্ৰামুল হুছেইন সহ ১১ জনকৈ ঐক্য সেনা অসমৰ সমৰ্থীত প্ৰাৰ্থীয়ে জয়লাভ কৰে৷ডবকা হাজী আনফৰ আলী কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ঐক্য সেনা অসমৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ পিছত কলেজৰ চৌহদত এক আনন্দময় […]

Regional