কপিলীৰ পানীয়ে উটুৱাই লৈ গ’ল এজনক ।

0 00 2 yrs 149

সোমবাৰৰ সন্ধিয়া কামপুৰৰ ঘিলানী আটি গাঁৱত এক শোকাবহ ঘটনা সংঘটিত হয়। জানিব পৰা মতে বেজিয়া দাস নামৰ প্ৰায় চল্লিশ বছৰীয়া লোকজনে দিনৰ ভাগত বজাৰ  কৰিবৰ বাবে গৈছিল। কিন্তু পথটো কপিলীৰ বাঢ়নি পানীত ডুব গৈ থকাত লোকজন সন্ধিয়া সময়ত ঘৰলৈ বুলি আহি থকাৰ সময়ত পানীয়ে উটুৱাই […]

Regional