অসম চৰকাৰৰ ২৬৪৪১টা ৩য় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ পৰীক্ষাৰ দিন ঘোষণা।

0 00 1 min 2 yrs 173

ঘোষণা কৰা হ’ল অসম চৰকাৰৰ ৩য় আৰু চতুৰ্থ শ্ৰেণীৰ ( Assam Direct Recruitment ) পদৰ পৰীক্ষাৰ দিন ।চতুৰ্থ শ্ৰেণীৰ প্ৰাৰ্থীৰ পৰীক্ষাৰ দিন ৭/০৮/২০২২ আৰু তৃতীয় শ্ৰেণীৰ প্ৰাৰ্থীৰ পৰীক্ষাৰ দিন ২১/০৮/২০২২

Regional