
উজ্বলিল অসম কন্যা নিবেদিতা।
কোনো ক’চিং নকৰাকৈয়ো যে UPSC ত সফলতা লাভ কৰিব পাৰি এই কথা প্ৰমাণ কৰি দেখুৱালে অসম জীয়ৰী নিবেদিতা দাসে । UPSC ত অৱতীৰ্ণ হ’বৰ বাবে নিবেদিতাই চাকৰি এৰি ঘৰতে নেৰানেপেৰাকৈ অধ্যয়ন কৰিছিল। তেওঁ ৮৪৮ নং স্থান দখল কৰিবলৈ সক্ষম হয়।
Regional