0 00 1 min 3 yrs 175


গোলাঘাট,২৬, মে : সমগ্ৰ দেশতে কৰোনা ভাইৰাছে সন্ত্ৰাস চলোৱাৰ সময়তে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) গোলাঘাট শাখাৰ উদ্যোগত গোলাঘাটৰ বিভিন্ন চাহ বাগিছাৰ লগতে আজি জামুগুৰি আৰু ঘিলাধাৰী আৰক্ষী থানাৰ অন্তৰ্গত চাহ বাগিছা সমুহত Covid 19 Vaccine ৰ Online Registration Help Desk মুকলি কৰে ৷ অন্যহাতে ওৱাটিং চাহ বাগিছাত ৬১ লোকৰ কৰোনাৰ অৱস্থিতি ধৰা পৰাত বাগিছাখন কন্টেমেন্ট জ’ন ঘোষনা কৰাত আজি আটছা গোলাঘাট শাখা উদ্যোগত আৰু জামুগুৰি আৰক্ষীৰ সহযোগত খাদ্য সামগ্ৰী আৰু মাস্ক বিতৰন কৰে ৷

ব্যুৰ’ ৰিপৰ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *