0 00 1 min 2 yrs 139

মঠাউৰি মেৰামতিত এইবাৰ হেজ্ৰমাহি কৰিব নোৱাৰিব অভিযন্ত্ৰা-ঠিকাদাৰে
খুমটাইৰ গড়মৰা মঠাউৰি পৰিদৰ্শন কৰি এই মন্তব্য বিধায়ক মৃনাল শইকীয়াৰ


Ocvo — বাৰিষা সমাগত । বাৰিষাৰ পূৰ্বেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠাউৰি সমূহ মেৰামতি কৰাৰ বাবে তৎপৰ হৈছে জলসম্পদ বিভাগ । আজি খুমটাইৰ গড়মৰা মঠাউৰি মেৰামতিৰ কাম পৰিদৰ্শন কৰে বিধায়ক মৃনাল শইকীয়াই । বানৰ সময়ত মঠাউৰিত সৃষ্টি হ’ব পৰা সমস্যা সমূহ ততালিকে দুৰ কৰিবৰ বাবে প্ৰয়োজনীয় সকলো কাম -কাজ এতিয়াই সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে বিধায়ক গৰাকীয়ে । লগতে বিধায়ক মৃনাল শইকীয়াই সাংবাদিকৰ আগত কয় যে পূৰ্বতে অভিযন্ত্ৰা-ঠিকাদাৰৰ গাফিলতিৰ বাবেই সমস্যাৰ সৃষ্টি হৈছিল । এইবাৰ মঠাউৰি নিৰ্মানত হেমাহি কৰিব নোৱাৰিব অভিযন্ত্ৰা-ঠিকাদাৰে ।


byte — মৃনাল শইকীয়া
Byte – অভিযন্তা,
ব্যুৰ’ ৰিপৰ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *