0 00 1 min 2 yrs 165


# বৰপেটাৰ বাঘবৰ সমষ্টিৰ আলোপতি ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰৰ আবেলি এক সমূহীয়া প্ৰাৰ্থনাৰ আয়োজন কৰা হয়

# বিশ্বমহামাৰী সৃষ্ট বিভীষিকা আঁতৰ হৈ এক শান্তিৰ পৰিবেশ কামনাৰে ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰাৰ্থনাত অঞ্চলটোৰ ভালেসংখ্যক ব্যক্তিয়ে অংশ লয়

# আলোপতি ক্ষুদ্ৰ প্ৰাঃ স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত অনুষ্ঠিত এই বিশেষ প্ৰাৰ্থনাৰ যোগেদি দুৰ্যোগ কালীন অস্থিৰ পৃথিৱীত সুস্থিৰতাৰ কামনা কৰা হয়

@BYTE-উদ্যোক্তা

# কভিড প্ৰট’কল মানি নেদেখা জনলৈ কায়মনোবাক্যে সকলোৱে সেৱা জনালে এখন শান্তি আৰু সুস্থিৰ পৃথিৱীৰ কামনাৰে
*নগৰবেৰাৰ পৰা ইমনুল হাচানৰ ৰিপোৰ্ট*

Leave a Reply

Your email address will not be published. Required fields are marked *