0 00 1 min 3 yrs 175

গোলাঘাটত অৰ্ধলক্‌ডাউনৰ সময়ত নিম্ন বৰ্গৰ
কাষত দীপু গগৈকে ধৰি কেইজনমান যুৱক

:বৰ্তমান ৰাজ্যযুৰি অৰ্ধ লক্‌ডাউন৷অসহায় অসমীৰ সন্তান৷গোলাঘাটো নহয় ইয়াৰ ব্যতিক্ৰম৷গতিকে যি সময়ত সৰ্বসাধাৰণ নাগৰিকৰ বাবে টান হৈ পৰিছে জীৱন নিৰ্বাহৰ কথা চিনঁতা কৰা তেনে ক্ষেত্ৰত নিম্নবৰ্গৰ খুজনীয়া মগনীয়া সকলৰ কেনেদৰে হ’ব জীৱন যাত্ৰা৷ ক’ভীড-১৯ ৰ ভয়াবহতাৰ বাবে এসাজ অন্নৰ বাবে হাহাকাৰ কৰিবলগা হৈছে গোলাঘাটৰ আৰু ফৰকাটিংৰ ভীক্ষাৰী সকলে ৷ এই দীনদৰিদ্ৰ সকলৰ বাবেই ডেৰবছৰ ধৰি অন্নৰ যোগান ধৰি আহিছে গোলাঘাটৰ চন্দন নগৰৰ দিপু গগৈকে ধৰি কেইজনমান যুৱকে ৷ মূলতঃ মানৱসেৱাই প্ৰকৃত ধৰ্মৰ জ্ঞানকৰি যুৱক সকলে কেতিয়াবা নিজা খৰচত আৰু কেতিয়াবা ৰাইজৰ সহযোগত ভোকাতুৰ সকলৰ ভোক আৰু তৃষ্ণা দূৰ কৰি আহিছে ৷ যুৱক সকলৰ এই মানৱসেৱাক সকলোৱে সলাগ লৈছে যদিও সহায়ৰ হাত আগবঢ়োৱা লোকৰ সংখ্যা নগণ্য ৷
ব্যুৰ’ ৰিপৰ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *