0 00 1 min 3 yrs 181



দক্ষিণ কামৰূপৰ ছয়গাঁও ৰাজহ চক্ৰ এলেকাৰ গোৱৰ্দ্ধনত আজি CRPF Company-ৰ 152 Batalion-ৰ তৰফৰ পৰা ছয়গাঁও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ পিছফালে থকা লুটুমাপাৰা গাঁৱৰ ফুটবল ফিল্ডত বৃক্ষৰোপন কাৰ্যসূচী সম্পন্ন হয় ।*

*কোম্পানীটোৰ সহকাৰী কমান্টডেন্ট প্ৰমোদ কুমাৰে প্ৰথমে এজোপা মূল্যবাণ গছ ৰোপণ কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে । তাৰ পিছতে চিকিৎসক ডাঃ মাধুৰ্য গোস্বামী, গাঁওবুঢ়া সমুদ্ৰ বড়ো, আৰক্ষী বিষয়া হৰিচন্দ্ৰ কুমাৰ সহিতে অঞ্চলটোৰ বিশিষ্ট লোক সকলে বৃক্ষৰোপণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *