কলেজৰ তুমি ৰূপহী পখিলাজনী

0 00 1 min 5 yrs 217

কলেজৰ তুমি ৰূপহী পখিলাজনী তোমাক বিচাৰি ফুৰিছিলো কলেজৰ দ্বিতীয় মহলাৰ চাঁদত কিজানিবা ৰৈ আছা তুমি মোৰ বাবে কলেজৰ সেই বকুল জুপিৰ তলত সদায় ৰৈ থাকো কিজানিবা তোমাক দেখা পাঁও ৰুমত তোমাৰ কথা ভাবি থাকোতেই পঢ়াৰ সময়বোৰ কেতিয়ানো পাৰ হৈ গৈছিল গমকে পোৱা নাছিলো ভবাটো নাছিলো […]

কবিতা