বৰক্ষেত্ৰীৰ জি.বি.এল হাইস্কুলৰ একাদশ শ্ৰেণীৰ পাঠদান শুভৰাম্ভ ৷

0 00 1 min 2 yrs 194

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত জিবিএল হাইস্কুলৰ একাদশ শ্ৰেণীৰ কলা শাখাৰ পাঠদান আজি শুভৰাম্ভ কৰা হয় ৷কিছুদিন পূৰ্বে অসম চৰকাৰে হাইস্কুলখন উচ্চতৰ মাধ্যমিকলৈ উন্নতিকৰণ কৰিছিল ৷আজি একাদশ শ্ৰেণীৰ পাঠদানৰ শ্ৰেণীকোঠা আনুষ্ঠানিকভাৱে মুকলি কৰে বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে ৷অঞ্চলটোৰ ৫২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনৰ একাদশ শ্ৰেণীত কলা […]

Regional