সমগ্ৰ ৰাজ্যৰ লগতে আজি গোলাঘাটৰ ৰঙাজানটো অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ ৰঙাজাৰ আঞ্চলিক সমিতিয়ে নাগৰিকত্ব সংশোধনী আইন 2019 আৰু পৰিৱেশ প্ৰভাৱ নিৰূপন অধিসূচনা 2020. বাতিলৰ দাবীত মানৱ সৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে | এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক জনাই যে চৰকাৰে বলপূৰ্বক ভাবে অসমত জাপি দিয়া CAA আৰু EIA কেতিয়াও মানি লোৱা নাছিল আৰু ভৱিষ্যতেও নামানে | পূৰ্ণ বৰা গোলাঘাট