“বেলগুৰি প্ৰাথমিক বিদ্যালয়ত সূৰ্যোদয় সাংস্কৃতিক বিকাশ কেন্দ্ৰ, বেলগুৰি গাঁৱৰ গাওঁৰক্ষী বাহিনী আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নেতৃত্বত শিল্পী দিৱস উদযাপন”

0 00 4 yrs 191

কনমইনা দাস গৰুমৰা,১৭জানুৱাৰী,২০২০: উত্তৰ পশ্চিম যোৰহাটৰ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত বেলগুৰি গাঁৱৰ সূৰ্যোদয় সাংস্কৃতিক বিকাশ কেন্দ্ৰ বেলগুৰি গাঁৱৰ গাওঁৰক্ষী বাহিনী আৰু অনুসূচিত জাতি আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি উপলক্ষে শিল্পী দিৱস উদযাপন কৰা হয়। অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ লগতে অসমীয়া জনজীৱনৰ […]

অসমীয়া সংবাদ