বোকাখাটত পুৰি আৰু পেৰাৰ জুতি ললে মুখ্যমন্ত্ৰী সোনোৱালে।

0 00 5 yrs 208

বোকাখাতৰ গজৰাজ হোটেলত মূখ্য মন্ত্ৰী সোনোৱাল, কলপাতত পুৰি আৰু পেৰাৰ সোৱাদ ললে মূখ্য মন্ত্ৰী গৰাকীয়ে।মূখ্য মন্ত্ৰী হোৱাৰ আগতেও এই হোটেলতেই পুৰি চাহৰ জুতি লৈছিল ,আজি ও পাহৰা নাই সেই পুৰি আৰু পেৰাৰ সোৱাদ। সোমবাৰে সোনাৰিৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰাত বোকাখাতৰ গজৰাজ হোটেলত পুনৰ পুৰি,পেৰাৰ জুতি […]

অসমীয়া সংবাদ সংবাদ