
ৰমেন বৰুৱাৰ অপেক্ষা
*অপেক্ষা* তুমিতো জানাই… তোমাৰ দুভৰিৰ নূপুৰৰ মাত কিমান দিন শুনা নাই? শুনা নাই তোমাৰ প্ৰাপ্তিৰ অভিমানৰ ব্যাখা । দেখা নাই তোমাৰ কঁকালৰ ঢৌ খেলা দীঘল চুলিটাৰি… অপেক্ষায়ো যে একোটা সুকীয়া সত্তা…. ভালেই লাগে…!!!!! অভিমানবোৰ অভিমানী হৈ হৃদয়ত দোলা দিলে… তুমি চাগে বুজিছা নহয়.. তোমাক লগ […]
কবিতা