মই তোমাৰ প্ৰেমত পৰিছো

0 00 4 yrs 268

 লাহে তোমাৰ কবিতাবোৰে  মোৰ হিয়াত খলকনি তুলিব ধৰিছে ৷ শব্দৰ পাপৰিবোৰ খিচৰিত হৈ পৰিছে  বুকুৰ বাহিৰে ভিতৰে ৷ মোৰ নিশাহত বিয়পি পৰিছে সেই সুবাস ৷ কবিতাবোৰে মোক সপোন দিয়ে…. কবিতাবোৰে মোক হেঁপাহ দিয়ে…… দিয়ে জীৱনৰ প্রকৃত অৰ্থ ৷ উপলদ্ধি কৰাই মোৰ অস্তিত্বক  কবিতাবোৰে মোক স্পৰ্শ […]

কবিতা