পৰিমিতা গোস্বামীৰ গতিৰ যতি (৭ম খণ্ড )

0 00 1 min 3 yrs 206

বৰুৱাৰ কথাষাৰে নিজৰাক উৎসাহিত কৰিলে। আবেলিৰ পৰা মানুহজনৰ উদাস মুখখন দেখি তাই মনে মনে ভয় খাই আছিল। মানুহজন বাৰু মানসিক ভাৱে ভাগি পৰিছে নেকি? তাই আৰ তাৰ মুখত শুনিছে অবসৰ লোৱাৰ পাছত বোলে মানুহবোৰ ভাগি পৰে ,মন ভগাৰ লগে লগে দেহত অনেক অসুখেও বাহ লয়।মানুহজনৰ […]

গল্প