কাব্যশ্ৰী হাজৰিকাৰ “মৌনতাৰ উপহাৰ”

0 00 1 min 4 yrs 206

:অই ছোৱালী : অই ল’ৰা এনেদৰেই আৰম্ভ হৈছিল তেওঁলোকৰ প্ৰতিটো দিন। কেতিয়াবা কাজিয়া, কেতিয়াবা অত্যাধিক মৰম। কেতিয়াবা দুয়োৰে মুখমণ্ডল গপত গংগাটোপ। কেতিয়াবা আকৌ দুয়োৰে ওঁঠত বিয়পি থাকে এমোকোৰা হাঁহি। দূৰে দূৰে থাকিলেও তেওঁলোক যেন নিচেই কাষত। মুঠতে উপযুক্ত সময়ৰ অপেক্ষাত বৰ্তমানবোৰত দুয়ো সুখী। পিছে সুখৰো […]

গল্প