
কিছুমান নকবলগীয়া কথা
পাঁচ বছৰ আগতে ছোৱালী এজনীক ৰিচাৰ্জ এটি দি সহায় কৰিছিলোঁ । আজি পাঁচ বছৰ পাছত সেই ছোৱালী জনীয়ে মোৰ গান এটাৰে এটা লাইকী ভিডিঅ’ বনাই উপহাৰ হিচাপে দিলে আৰু কলে যে ” ৫ বছৰ আগতে যেতিয়া ম্ই মেডিকেল পঢ়ি আছিলোঁ ৫০০ টকা প্ইচাৰ বাবেও বহুত […]
জোনাকৰ বিশেষ