
এখন দুৰ্নীতিগ্ৰস্ত বিদ্যালয়ৰ কাহিনী ।
শোনিতপুৰ জিলাৰ গাভৰু শিক্ষা খণ্ডৰ অন্তৰ্গত এখন চৰকাৰী বিদ্যালয় প্ৰায় দুই বছৰ ধৰি বন্ধ। বিদ্যালয় খনৰ নাম নৱোদয় এল পি স্কুল । বিদ্যালয় খনৰ নামত দুজন শিক্ষক আছে। কিন্তু কৰ্ত্তব্য হে পালন নকৰে। বিদ্যালয় খনৰ প্ৰধান শিক্ষক কৰোনা দাস আছে এজন সহকাৰী শিক্ষকো আছে । […]
সংবাদ