বটদ্ৰৱাত গুৰুজনাৰ জন্মস্থানত কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী।

0 00 3 yrs 234

বটদ্ৰৱাত শিৱামনী বৰাই কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থিত্ব লাভৰ পিছতেই বটদ্ৰৱা সমষ্টিত বিশাল ৰেলীৰে আজি আহিল সমষ্টিলৈ । নাচি বাগি আনন্দ উল্লাস দলীয় কৰ্মী সমৰ্থকে বাৰপূজিয়া চাৰিআলিৰ পৰা নিজৰ সমষ্টিলৈ আদৰি আনিলে কংগ্ৰেছ প্ৰাৰ্থী শিৱামনী বৰাক। বটদ্ৰৱা সমষ্টিৰ বিভিন্ন প্রান্তৰ পৰা অহা দলীয় কৰ্মী সমৰ্থক সকলে ব্যাপক […]

সংবাদ