
CBSE পৰীক্ষাৰ সময়ৰ সাল-সলনি ।
দশম শ্ৰেণীৰ বিজ্ঞানৰ পৰীক্ষা ১৫ মে’ৰ পৰিবৰ্তে ২১ মে’ত অনুষ্ঠিত হ’ব । গণিতৰ পৰীক্ষা ২১ মে’ৰ পৰিবৰ্তে ২ জুনত অনুষ্ঠিত হ’ব । ১০.৩০ বজাৰ পৰা ১.৩০ বজালৈ পৰীক্ষা অনুষ্ঠিত হ’ব । ১০ বজাৰ পৰা ১০.১৫ ৰ ভিতৰত বিতৰণ কৰা হ’ব উত্তৰ বহী ।
ৰাষ্ট্ৰীয় সংবাদ