গোলাঘাটত চুতিয়া ছাত্ৰ সন্থা আৰু গোলাঘাট বেচৰকাৰী যান বাহন তথা লঘূ বেচৰকাৰী যানবাহন সন্থাৰ প্ৰতিবাদ

0 00 3 yrs 227

স্তব্ধ গোলাঘাটৰ যাতায়ত! স্তব্ধ গোলাঘাটৰ বেচৰকাৰী বাচ আস্থান৷ যোৱা কালি অৰ্থাৎ ৬ এপ্ৰিল মঙ্গল বাৰে গোলাঘাট প্ৰশাসনৰ দ্বাৰা গোলাঘাট চুতীয়া ছাত্ৰ সন্থা আৰু গোলাঘাট লঘূ যানবাহন আস্থানত গোলাঘাট আৰক্ষী তথা পৌৰসভাৰ সহায়ত উচ্ছেদ অভিজান চলোৱা কাৰ্য্যত ক্ষুব্ধ হৈ গোলাঘাট চুতীয়া ছাত্ৰ সন্থা আৰু গোলাঘাট মটৰ […]

অসম সংবাদ