ৰামলাল ৰিক্সাৱালা

0 00 1 min 4 yrs 219

ৰামলালে অৱশেষত সিদ্ধান্ত ললে, সি আৰু ৰিক্সা নচলায়।তাৰএকমাত্ৰ উপাৰ্জনৰ সম্বল এই ৰিস্কাখন বিক্ৰি কৰি দিব সি| মনটো কৰবাত যেন খুন্দা মাৰি ধৰিলে …বৰ কষ্ট হৈছে তাৰ ,যেন বুকুৰ অংশ এটাহে বিক্ৰী কৰিব ওলাইছে।নহবইবা কিয়? জীৱনত পৈতৃক সম্পত্তি হিছাপে পোৱা এই ৰিক্সাখনৰ উপাৰ্জনেৰেইটো তাৰ সৰু পৰিয়ালটো […]

প্ৰবন্ধ