নৱপ্ৰজন্মৰ প্ৰতিভাৱান কণ্ঠশিল্পী উজ্জ্বল জীৱনৰ সাংগীতিক যাত্ৰা ।

0 00 1 min 4 yrs 228

নৱপ্ৰজন্মৰ প্ৰতিভাৱান কণ্ঠশিল্পী সকলৰ ভিতৰত এজন উল্লেখযোগ্য হ’ল উজ্জ্বল জীৱন । সৰুৰেপৰাই সংগীতৰ চৰ্চা কৰি অহা মাজুলীৰ সন্তান উজ্জ্বল এক সু-কণ্ঠৰ অধিকাৰী বুলিব পাৰি । এতিয়ালৈকে বহুতো অসমীয়া গীতত কণ্ঠদান কৰি নিজৰ প্ৰতিভাৰ প্ৰমাণ দিয়া নৱপ্ৰজন্মৰ প্ৰতিভাৱান কণ্ঠশিল্পীজনে সমান্তৰালকৈ গীত লিখা আৰু সুৰ কৰাতো মনোনিবেশ […]

সাংস্কৃতিক সংবাদ