0 00 1 min 3 yrs 226
দশম শ্ৰেণীৰ বিজ্ঞানৰ পৰীক্ষা ১৫ মে’ৰ পৰিবৰ্তে ২১ মে’ত অনুষ্ঠিত হ’ব । 
গণিতৰ পৰীক্ষা ২১ মে’ৰ পৰিবৰ্তে ২ জুনত অনুষ্ঠিত হ’ব । ১০.৩০ বজাৰ পৰা ১.৩০ বজালৈ পৰীক্ষা অনুষ্ঠিত হ’ব । ১০ বজাৰ পৰা ১০.১৫ ৰ ভিতৰত বিতৰণ কৰা হ’ব উত্তৰ বহী ।

Leave a Reply

Your email address will not be published. Required fields are marked *