0 00 1 min 2 mths 12

প্ৰশ্নঃ ডিগবৈ শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯০১ চনত ডিগবৈ শোধনাগাৰ স্থাপন কৰা হৈছিল।

প্ৰশ্নঃ অসমত সৰ্বপ্ৰথম কিমান চনত পেট্ৰ’লিয়াম আৱিষ্কাৰ কৰা হৈছিল?

উত্তৰঃ ১৯০১ চনত অসমত প্ৰথম পেট্ৰ’লিয়াম আৱিষ্কাৰ কৰা হৈছিল।

প্ৰশ্নঃ অসম হিন্দুস্তান সাৰ নিগম ক’ত আছে ? উত্তৰঃ অসম হিন্দুস্তান সাৰ নিগম নামৰূপত আছে ।

প্ৰশ্নঃ “পেট্ৰ’লিয়াম আৱিষ্কাৰত অসমৰ স্থাপন প্ৰথম ।” উক্তিটো সত্যনে?

উত্তৰঃ উক্ত উক্তিটো ভুল । পেট্ৰ’লিয়াম আৱিষ্কাৰত অসমৰ স্থান প্ৰথম নহয় , দ্বিতীয়হে ।

প্ৰশ্নঃ অসমৰ ক’ত চিমেণ্ট কাৰখানা আছে ?উত্তৰঃ অসমৰ বোকাজানত চিমেণ্ট কাৰখানা আছে।

প্ৰশ্নঃ অসমৰ ক’ত একমাত্ৰ মৎস্য বিদ্যালয়খন অৱস্থিত? উত্তৰঃ অসমৰ একমাত্ৰ মৎস্য বিদ্যালয়খন ৰহাত অৱস্থিত।

Leave a Reply

Your email address will not be published. Required fields are marked *