প্ৰেম : এক অনুভৱ
অষ্টমমান শ্ৰেণীতথাকোঁতে মই প্ৰেমতপৰিছিলোঁ ।সংগীতাৰ প্ৰেমত ।তাই সূদুৰ শিৱসাগৰৰছোৱালী ।গণেশগুৰিৰমোমায়েকৰ ঘৰতথাকি পঢ়িছিল।তাইৰ নীলা চকুযুৰিত কিবা একমোহনীয়া যাদু আছিল য’ত মইনিজকে হেৰুৱাই পেলাইছিলোঁ ।কোনোদিনে ছোৱালীৰচকুলৈ চাব নোৱাৰা মইহেনল’ৰাটো কেনেকৈ যে সংগীতাৰপ্ৰেমত পাগলহৈ গৈছিলো আজিয়ো বুজি নাপাওঁ। এটা কথা মইভালদৰে জানিছিলোঁ যে মোৰমা-দেউতায়ে আমাৰসম্পৰ্কটো সহজভাবে মানি ল’বনোৱাৰিব […]
গল্প